Moinakon Bakhor Lyrics Subasana Dutta

Moinakon Bakhor Lyrics

দেওঁলগা খালতে, মাগুৰ মাছ লাগিলে,
লগাওঁতে লাঙী জাল ।
যৌৱনৰ কালতে, চেনাইয়ে ঠেহ পাতিলে,
পাওঁতে অকন ভাল ।

মইনকন বাখৰ ৰৈ যা,
বুকুতে বান্ধি লৈ যা,
তোৰ মৰমতেই জীও, নালাগে ভোকৰ ভাত ।
তইয়ে মোৰ সোণ, মই তোৰ জান,
কথাই প্রতি অভিমান,
নৈ বৈ যাব চকুলোৰ, নিদিলে মুখৰ মাত ।
ঐ চেং কোমলকৈ,
এই কলিজাতে,
বিৰহ বেদনাই মেলা খনি পাতে ।

এযোৰা শালিকা দেখিলে,
মোলৈ মনতে পৰিলে,
ইনাই বিনাই মাতিলেও, মই ওলটি নাচাওঁ বেং।

চিন্তা ভাৱনাই খুটিব,
ফুটা কপালো ফুটিব,

মই  নহ'লে তোৰ সোণ, জীৱনটো কিবা জেং।
ঐ চেং কোমলকৈ,
এই কলিজাতে,
বিৰহ বেদনাই মেলা খনি পাতে ।

তোৰ কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে,
ঘুনীয়া কৰেহি মোৰ বুকু ।