Iman Morom Kio Lage Lyrics

Theatre Surjya 2019-2020

Singer: Zubeen Garg
Music Director : Ajoy Phukon
Lyrics : Abhijit Bhattacharya
Music Producer : Palash Gogoi




कैसे कहूं दिल मेरा शोना शोना लगदा

शोना शोना लगदा

कोई तो बताएं ना कोई सम्झाएना

हैं क्या दिल में सुपह



বুটলি বুটলি ভগা সপোন

ভাগৰ ভাগৰ যেন লাগে

কুঁৱলী কুঁৱলী মনৰ জোন
পোহৰ পোহৰ যেন লাগে

কিযে এইয়া মিঠা মিঠা জোনাক
কিয় ক'বলৈ মন যায় তোমাক

ইমান মৰম কিয় লাগে কিয় লাগে

কিনো মায়াৰে মোক বুৰালা
সুধিৱলে মনে যায় তোমাক

ইমান মৰম কিয় লাগে কিয় লাগে
ইমান মৰম কিয় লাগে কিয় লাগে
ইমান মৰম কিয় লাগে কিয় লাগে

তোমাৰ ছবি সোৱৰী সোৱৰী
বাটে চাই ৰ'উ আহিবা বুলি
আনিম তোমাক আদৰী আদৰী
কলিজাৰ ৰং দিম উজাৰি উজাৰি

কিযে এইয়া মিঠা মিঠা জোনাক
কিয় ক'বলৈ মন যায় তোমাক

ইমান মৰম কিয় লাগে কিয় লাগে
কিনো মায়াৰে মোক বুৰালা
সুধিৱলে মনে যায় তোমাক

ইমান মৰম কিয় লাগে কিয় লাগে
ইমান মৰম কিয় লাগে
ইমান মৰম কিয় লাগে কিয় লাগে কিয় লাগে?

कैसे कहूं दिल मेरा शोना शोना लगदा
शोना शोना लगदा
कोई तो बताएं ना कोई सम्झाएना
हैं क्या दिल में सुपह

তোমাক ৰাখিম আৱৰি আৱৰি
কাহানীও নোযোৱা যেন মোকে পাহৰি
প্ৰেমৰ কোলাত বিচাৰি বিচাৰি
তোমাতেই ফুলাম সৰগী শেৱালী

কিযে এইয়া মিঠা মিঠা জোনাক
কিবা ক'বলৈ মন যায় তোমাক
ইমান মৰম কিয় লাগে কিয় লাগে

কিনো মায়াৰে মোক বুৰালা
সুধিৱলে মনে যায় তোমাক
ইমান মৰম কিয় লাগে কিয় লাগে
ইমান মৰম কিয় লাগে
ইমান মৰম কিয় লাগে কিয় লাগে কিয় লাগে?