Dukhor Boga Lyrics 

Zubeen Garg


দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল 
হিম যেন টান হল পানী
মৰম আহিবনে দুনাই নিগৰি ?
মৰম থাকিব সদায় আতৰিহে আতৰি

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল 
হিম যেন টান হল পানী

ডাৱৰ ক'লা ক'লা মোৰ ৰাত্ৰি 
ত'ৰাবোৰ কেণিবা লুকাল
থৰ হৈ ৰ'ল নিচুকুৱা হাত
সাৰ পাবনে দুনাই শকতি

ডাৱৰ ক'লা ক'লা মোৰ ৰাত্ৰি 
ত'ৰাবোৰ কেণিবা লুকাল
থৰ হৈ ৰ'ল নিচুকুৱা হাত
সাৰ পাবনে দুনাই শকতি

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল 
হিম যেন টান হল পানী

জীৱন ৰঙা ৰঙা মোৰ তেজ
চেতনা কেনিবা হেৰাল
তলৱল মনৰ হাঁহি
ফুলিবনে ফুল আকৌ মৰহী

জীৱন ৰঙা ৰঙা মোৰ তেজ
চেতনা কেনিবা হেৰাল
তলৱল মনৰ হাঁহি
ফুলিবনে ফুল আকৌ মৰহী
দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল 
হিম যেন টান হল পানী

মৰম আহিবনে দুনাই নিগৰি ?
মৰম থাকিব সদায় আতৰিহে আতৰি


দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল 
হিম যেন টান হল পানী..